Skip to content

Guidelines to Authors

১। ভূগোল-বিজ্ঞানৰ বাহিৰেও অন্যান্য বিষয়ৰ ব্যক্তিয়েও লিখা পঠিয়াৱ পাৰে।

২। লেখাসমূহ যিমানদূৰ সম্ভৱ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পাঠক পাঠিকাই বুজিব পৰাকৈ সৰল হোৱা আৱশ্যক।

৩। আসমীয়া ভাষাৰ ‘ৰামধেনু’ ছফটৱেৰৰ ‘গীতাঞ্জলি লাইট’ আৰু ‘গীতাঞ্জলি ব’ল্ড’ ১৪ আকাৰৰ বৰ্ন আৰু ইংৰাজী শব্দৰ বাবে Times New Roman Font ১১ ব্যৱহাৰ কৰি লিখা প্ৰবন্ধৰ ছফট্কপী পঠিওৱাৰ লগতে এটা PDF ফাইলো পঠিয়াব লাগিব।

৪। লেখচিত্ৰ আৰু ফটো (যদিহে থাকে) নিৰ্দিষ্ট ঠাইত সন্নিবিষ্ট কৰি পঠাব লাগিব।

৫। লেখকে গৱেষনামূলক অথবা জনপ্ৰিয় প্ৰৱন্ধৰ বাবে প্ৰসংগ পুথি আৰু আলোচনীৰ প্ৰসংগ পুথি আৰু আলোচনীৰ নামৰ তালিকা উল্লেখ কৰিব লাগিব।

৬। লেখকৰ সম্পূৰ্ণ নাম, ঠিকনা আৰু মোবাইল নম্বৰ উল্লেখ কৰাটো নিতান্তই আৱশ্যকীয়।

৭। লেখা প্ৰকাশৰ বাবে সম্পাদনা সমিতিয়ে কৰা সিদ্ধান্তই চুড়ান্ত হ’ব। 

1. Authors from other discipline may also send articles relevant to Bhougolika for publication.

2. Writings should be kept as simple as possible so that students and general readers can grasp the context.

3. The soft copy of the article written in Assamese with the help of ramdhenu or some other software using ‘Geetanjali light’ and ‘Geetanjali Bold’ font of size 14 and for english words use ‘Times New Roman’ font of 11 size should be sent to the given address along with a PDF file of the same.

4. Relevant graphs and photographs (if necessary) should be placed in proper location of the articles and send accordingly.

5. Authors should mention the list of reference for books and journals at the end of the article.

6. The author’s full name, designation address and mobile number should be mentioned in the article.

7. The decision made by the editorial board shall be final.